আজিৰ ৰাশিফল

Pc- India Tv News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ১৮ তাৰিখ মংগলবাৰ , ইংৰাজী ৫ অক্টোবৰ |
কৃষ্ণ পক্ষ , চতুৰ্দশী তিথি ||
* *
সূৰ্য্যোদয় = ৫/২১/৩০ মি.
সূৰ্য্যোস্থয় = ৫/১/৪৮ মি.

জন্মতঃ= সিংহ ৰাশি (ম, ট), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, মনুষ্য গন, গৰুৰ অস্থি || পুৱা ৮/১৭/৩৭ মি. পৰা কন্যা ৰাশি (প, ঠ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ ||

আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি_দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ _বুধ | _ _ _ _
ভক্ষ্যাভক্ষ্যঃ . আমিষ শাক খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = আনৰ দ্বাৰা ক্ষতি সাধন হব |
বৃষ = মানসিক শান্তি লাভ কৰিব |
মিথুন = প্ৰাপ্যৰ পৰা বঞ্চিত হব |
কৰ্কট = সত বন্ধু লাভ কৰিব |
সিংহ = ভ্ৰমন যোগ চলি আছে |
কন্যা = নতুন যোগাযোগ লাভ কৰিব |
তুলা = মনৰ আশা পূৰন হব পাৰে |
বৃশ্চিক = মনৰ আশা ভংগ হব |
ধনু = কাৰ্য্য সিদ্ধি হোৱাৰ যোগ চলিছে |
মকৰ = দ্ৰব্য লাভ কৰিব পাৰিব |
কুম্ভ = ভ্ৰমণত শুভ দেখা যায় |
মীন = শুভ সংবাদ লাভ কৰিব |