আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||
আজি আহিন মাহৰ ১৩ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ৩০ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ , নৱমী তিথি ||
**
সূৰ্য্যোদয় = ৫/১৯/৩১ মি.
সূৰ্য্যোস্থয় = ৫/৭/৩৫ মি.
জন্মত= মিথুন ৰাশি (ক, ছ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, দেৱ গন, বৰাহৰ অস্থি,
আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি_দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ _বুধ | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . লাউ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = সম্পদ বৃদ্ধি হোৱা দেখা যায় |
বৃষ = বিপৰীত লিংগৰ পৰা সহাঁৰি লাভ কৰিব |
মিথুন = সামাজিক সুখ লাভ কৰিব |
কৰ্কট = পুৰণি বন্ধু সান্নিধ্য লাভ কৰিব |
সিংহ = অযথা ব্যয় বৃদ্ধি হব |
কন্যা = মনৰ অস্থিৰতা বৃদ্ধি পাব |
তুলা = কৰ্মত জটিলতা বৃদ্ধি হোৱা দেখা যায় |
বৃশ্চিক = মানসিক উদ্বেগ বৃদ্ধি হব |
ধনু = কৰ্মত সফলতা লাভ কৰিব |
মকৰ = মানসিক অশান্তি বৃদ্ধি হব |
কুম্ভ = বিবাদৰ পৰা ক্ষতি হব |
মীন = অযথা মনত বিদ্ৰোহ সৃষ্টি হব |