আজিৰ ৰাশিফল

pc NewsroomPost

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ১১ তাৰিখ মংগলবাৰ , ইংৰাজী ২৮ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ , সপ্তমী তিথি, ৰাতি ৬/১৬/৩৬ মি. পৰা অষ্টমী তিথি ||
**
সূৰ্য্যোদয় = ৫/১৮/৩৫ মি.
সূৰ্য্যোস্থয় = ৫/৯/৪১ মি.

জন্মত= বৃষ ৰাশি (ব, ই, উ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেৱ গন, শ্বানৰ অস্থি | পুৱা ৭/১৫/৫৭ মি. পৰা মিথুন ৰাশি (ক, ছ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ ||

আদ্যঋতু হলে= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, ভাল কল দান, অধিপতি গ্ৰহ বৃহস্পতি | ৰাতি ৮/৪৪/৪৭ মি. পৰা কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি_দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ _বুধ | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . তাল খোৱা নিষেধ, ৰাতি নাৰিকল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
বৃষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
মিথুন = কাৰ্য্য সিদ্ধি লাভ হব |
কৰ্কট = জ্ঞান লাভ হোৱা দেখা যায় |
সিংহ = আত্মীয় সুখ অনুভৱ কৰিব |
কন্যা = হঠাৎ মনৰ পৰিবৰ্তন ঘটিব পাৰে |
তুলা = সমস্যা সমাধানৰ পথ মুকলি হব |
বৃশ্চিক = নতুন বন্ধু লাভ কৰিব |
ধনু = মানসিক অশান্তিত ভুগিব পাৰে |
মকৰ = ভ্ৰমণ কৰিলে কষ্ট পাব |
কুম্ভ = কাৰ্য্য সুখ অনুভৱ কৰিব |
মীন = কৰ্মত সাফল্য লাভ কৰিব |