আজিৰ ৰাশিফল

Pc India Today

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ২৮ তাৰিখ শনিবাৰ , ইংৰাজী ১৫ অক্টোবৰ |
কৃষ্ণ পক্ষ , ষষ্ঠী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = আত্মীয়ৰ আগমন ঘটিব পাৰে |
বৃষ = বন্ধুৰ সহায় লাভ কৰিব |
মিথুন = গৃহত অশান্তি দেখা যায় |
কৰ্কট = সমস্যাৰ সমাধান ঘটিব |
সিংহ = কাৰ্য্য সিদ্ধি হোৱাৰ যোগ আছে |
কন্যা = শুভ সংবাদ লাভ কৰিব |
তুলা = সাধাৰণ আঘাত পোৱা দেখা যায় |
বৃশ্চিক = ভোজন বিলাস আছে |
ধনু = ভ্ৰমণ যোগ চলিছে |
মকৰ = গৃহত বিবাদৰ আশংকা আছে |
কুম্ভ = বন্ধু ক্লেশ দেখা যায় |
মীন = সমস্যা বৃদ্ধি হব পাৰে |