আজিৰ ৰাশিফল

Pc The Statesman

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ১২ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ২৯ চেপ্তেম্বৰ |
শুক্লা পক্ষ , চতুৰ্থী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= মূলা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্ম ব্যস্ততা বাঢ়িব পাৰে |
বৃষ = সন্মান লাভ কৰিব পাৰিব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = শুভ সংবাদ লাভ কৰিব |
সিংহ = ধনৰ আগমন বৃদ্ধি হব |
কন্যা = অপযশ পোৱাৰ যোগ আছে |
তুলা = সঞ্চয় বৃদ্ধি হব |
বৃশ্চিক = আত্মীয়ৰ আগমন ঘটিব |
ধনু = ন্যাৰ্যপ্ৰাপ্তিৰ যোগ চলিছে |
মকৰ = এলাহ বৃদ্ধি হোৱা দেখা যায় |
কুম্ভ = উৎসাহ হীনতাত ভূগিব |
মীন = আত্মীয়ৰ আগমন ঘটিব |