আজিৰ ৰাশিফল

Pc Freepik

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ২৬ তাৰিখ সোমবাৰ , ইংৰাজী ১২ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ , দ্বিতীয় তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = ভোজন বিলাস দেখা যায় |
বৃষ = আত্মীয় আগমন ঘটিব |
মিথুন = হঠাৎ প্ৰাপ্তিৰ যোগ আছে |
কৰ্কট = মুল্যবান দ্ৰব্য নাশ হব পাৰে |
সিংহ = জ্ঞান লাভৰ সুযোগ পাব |
কন্যা = মনৰ চঞ্চলতা বৃদ্ধি হব |
তুলা = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
বৃশ্চিক = পাৰিবাৰিক দিশত উন্নতি আছে |
ধনু = তীৰ্থ ভ্ৰমণৰ বাবে যোগাযোগ হব পাৰে |
মকৰ = ভোজন সুখ লাভ কৰিব |
কুম্ভ = প্ৰিয় বন্ধুজনক লগ পাব |
মীন = এলাহ বৃদ্ধি হোৱা দেখা যায় |