আজিৰ ৰাশিফল

pc Pan Macmillan

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ৪ তাৰিখ মঙলবাৰ , ইংৰাজী ২১ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ , প্ৰতিপদ তিথি ||
**
সূৰ্য্যোদয় = ৫/১৫/৩৮ মি.
সূৰ্য্যোস্থয় = ৫/১৭/৫৫ মি.

জন্মত= মীন ৰাশি (দ, চ), বিপ্ৰ বৰ্ন, অগ্নি যোগ, মনুষ্য গন, গৰুৰ অস্থি ||

আদ্যঋতু হলে= দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ মঙ্গল || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . কোমোৰা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = আনৰ পৰা ক্ষতি হব |
বৃষ = মানসিক শান্তি লাভ কৰিব |
মিথুন = প্ৰাপ্যৰ পৰা বঞ্চিত হব |
কৰ্কট = সত বন্ধু লাভ কৰিব |
সিংহ = ভ্ৰমন যোগ আছে |
কন্যা = নতুন যোগাযোগ লাভ কৰিব |
তুলা = মনৰ আশা পূৰন হব |
বৃশ্চিক = মনৰ আশা ভংগ হব |
ধনু = কাৰ্য্য সিদ্ধি লাভ কৰিব |
মকৰ = দ্ৰব্য লাভৰ যোগ চলিছে |
কুম্ভ = ভ্ৰমনত শুভ ফল লাভ কৰিব |
মীন = শুভ সংবাদ লাভ কৰিব |