আজিৰ ৰাশিফল

Pc VectorStock

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ২০ তাৰিখ মংগলবাৰ , ইংৰাজী ৬ চেপ্তেম্বৰ |
শুক্লা পক্ষ , একাদশী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= উৰহী খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = মানসিক অশান্তিত ভুগিব পাৰে |
বৃষ = ভয় বৃদ্ধি হব |
মিথুন = সামাজিক প্ৰতিষ্ঠা লাভ কৰিব |
কৰ্কট = সমস্যা বৃদ্ধি হোৱাৰ যোগ আছে |
সিংহ = খং, আৰু অভিমান বৃদ্ধি হব |
কন্যা = শুভ সংবাদ লাভ কৰিব |
তুলা = বন্ধুৰ সহায় লাভ কৰিব |
বৃশ্চিক = পুৰণি মিত্ৰ লাভ কৰিব |
ধনু = আত্মীয়ৰে মনোমালিন্য হব পাৰে |
মকৰ = নিৰাশাই মনত অশান্তি দিব |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = অযথা ব্যয় বৃদ্ধি হব |