আজিৰ ৰাশিফল

Pc-Vector Stock

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ১৯ তাৰিখ সোমবাৰ , ইংৰাজী ৫ চেপ্তেম্বৰ |
শুক্লা পক্ষ , দশমী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= কলমৌ খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = সন্মান বৃদ্ধি হব
বৃষ = স্থান পৰিবৰ্তন হোৱা দেখা যায় |
মিথুন = কৰ্মত সাফল্য অৰ্জন কৰিব |
কৰ্কট = সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
সিংহ = গৃহত অশান্তি দেখা দিব পাৰে |
কন্যা = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
তুলা = অপবাদৰ যোগ চলিছে |
বৃশ্চিক = মানসিক দুঃচিন্তা বৃদ্ধি হব পাৰে |
ধনু = আত্মীয়ৰ আগমন ঘটিব |
মকৰ = অধিক ব্যয়ে মনত কষ্ট দিব |
কুম্ভ = নতুন যোগাযোগ লাভ কৰিব |
মীন = ভ্ৰমণত সুখ আছে |