আজিৰ ৰাশিফল

Pc-Vector Stock

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ১২ তাৰিখ সোমবাৰ , ইংৰাজী ২৯ আগষ্ট |
শুক্লা পক্ষ , দ্বিতীয় তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = যাত্রাত শুভ আছে |
বৃষ = কৰ্মত উন্নতি সাধন হব |
মিথুন = শাৰিৰীক কষ্ট ভোগ কৰিব |
কৰ্কট = নতুন যোগাযোগ লাভ কৰিব |
সিংহ = আত্মীয়ৰ আগমন ঘটিব |
কন্যা = ঠগৰ পৰা সাৱধান হব |
তুলা = বিপৰীত লিংগৰ পৰা সহাঁৰি লাভ কৰিব |
বৃশ্চিক = পুৰণি বন্ধুৰ আগমন ঘটিব |
ধনু = পাৰিবাৰিক অশান্তি বৃদ্ধি হব |
মকৰ = অযথা ব্যয় বৃদ্ধি হব |
কুম্ভ = কৰ্ম মৰ্যদা বৃদ্ধি হব |
মীন = সামাজিক সুখ লাভ কৰিব |