আজিৰ ৰাশিফল

Pc- CBC

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ৮ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ২৫ আগষ্ট |
কৃষ্ণ পক্ষ , ত্রয়োদশী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= বেঙেনা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্ম প্ৰাপ্তিৰ যোগ আছে |
বৃষ = কণিষ্ঠৰ লগত বিৰোধ হব পাৰে |
মিথুন = জ্ঞান লাভৰ সুযোগ লাভ কৰিব |
কৰ্কট = যশ বৃদ্ধি হব |
সিংহ = কৰ্মত জটিলতা দেখা যায় |
কন্যা = গৃহৰ উন্নতি সাধন হব |
তুলা = ক্ষতি হোৱাৰ সম্ভাৱনা অধিক |
বৃশ্চিক = সামাজিক প্ৰশান্তি লাভ কৰিব |
ধনু = সৰুৰ পৰা সহায় লাভ কৰিব |
মকৰ = অৰ্থৰ আগমন বৃদ্ধি হব |
কুম্ভ = পদ মৰ্যদা লাভ কৰিব |
মীন = অধিক ব্যয়ৰ সন্মুখীন হব |