আজিৰ ৰাশিফল

Pc-Freepik

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ৭ তাৰিখ বুধবাৰ , ইংৰাজী ২৪ আগষ্ট |
কৃষ্ণ পক্ষ , ত্রয়োদশী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= বেঙেনা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = অৰ্থ প্ৰাপ্তিৰ যোগ চলিছে |
বৃষ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
মিথুন = সমস্যা বৃদ্ধি হোৱাৰ যোগ আছে |
কৰ্কট = এলাহ বৃদ্ধি হোৱা দেখা যায় |
সিংহ = খ্যাতি লাভ কৰিব পাৰিব |
কন্যা = সঞ্চয় বৃদ্ধি হোৱা দেখা যায় |
তুলা = বাধা-বিঘিনি যোগ আছে |
বৃশ্চিক = কাৰোবাৰ পৰা প্ৰতাৰিত হব পাৰে |
ধনু = সন্মান বৃদ্ধি হব |
মকৰ = আত্মীয়ৰ আগমন ঘটিব |
কুম্ভ = প্ৰতিভা প্ৰকাশ কৰিবলৈ সুযোগ পাব |
মীন = মনত খেলিমেলিৰ সৃষ্টি হব পাৰে |