আজিৰ ৰাশিফল

Pc-Freepik

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ৫ তাৰিখ সোমবাৰ , ইংৰাজী ২২ আগষ্ট |
কৃষ্ণ পক্ষ , একাদশী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= উৰহী খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = অযথা খৰচ বাঢ়িব |
বৃষ = বন্ধুৰ পৰা বিশ্চেদ হব পাৰে |
মিথুন = সন্মান, যশস্যা বৃদ্ধি হব |
কৰ্কট = কোনোবাই প্ৰতৰনা কৰিব পাৰে |
সিংহ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কন্যা = অধিক ব্যয়ৰ সন্মুখীন হব |
তুলা = কৰ্মত বিজয়ী হব পাৰিব |
বৃশ্চিক = সমস্যাৰ সমাধান ঘটিব |
ধনু = ধনৰ আগমন বৃদ্ধি হব |
মকৰ = কৃতকাৰ্যতা লাভ কৰিব পাৰিব |
কুম্ভ = কৰ্মত জটিলতা দেখা যায় |
মীন = মানসিক দুঃচিন্তা তথা পুৰনি বন্ধু লগ পাব |