আজিৰ ৰাশিফল

Pc-Freepik

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ২ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ১৯ আগষ্ট |
কৃষ্ণ পক্ষ , অষ্টমী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৫৯/৫২ মি.
সূৰ্য্যোস্থয় = ৫/৫৪/৮ মি.

ভক্ষ্যাভক্ষ্যঃ= নাৰিকল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = ৰাজ শত্রু ভয় আছে |
বৃষ = গৃহত অশান্তি ভোগ কৰিব |
মিথুন = বন্ধুৰ সহায় লাভ কৰিব |
কৰ্কট = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
সিংহ = মানসিক উৎসাহ হ্ৰাস হব |
কন্যা = দূৰ ভ্ৰমণত আনন্দ লাভ কৰিব |
তুলা = দেহপীড়াত ভোগিব পাৰে |
বৃশ্চিক = অৰ্থৰ আগমন বৃদ্ধি হব |
ধনু = সঞ্চয় বৃদ্ধি হব |
মকৰ = কাৰ্যদক্ষতা পৰিচয় দিব পাৰিব |
কুম্ভ = যাত্রাত বিঘিনি আছে |
মীন = জটিল সমস্যাৰ সমাধান ঘটিব |