আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||
আজি শাওঁন মাহৰ ২০ তাৰিখ শনিবাৰ , ইংৰাজী ৬ আগষ্ট |
শুক্ল পক্ষ , নৱমী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৫৪/০ মি.
সূৰ্য্যোস্থয় = ৬/৩/৩৮ মি.
ভক্ষ্যাভক্ষ্যঃ= লাউ খোৱা নিষেধ ||
আজিৰ ৰাশিফলঃ =
মেষ = অযথা ব্যয় হব পাৰে |
বৃষ = বন্ধুৰ লগত বিশ্চেদ ঘটিব পাৰে |
মিথুন = যশস্যা লাভ কৰিব |
কৰ্কট = প্ৰতাৰিত হব পাৰে |
সিংহ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কন্যা = ব্যয়াধিক হব |
তুলা = কৰ্মত বিজয়ী হব |
বৃশ্চিক = সমস্যা সমাধান হব |
ধনু = ধনৰ আগমন বৃদ্ধি হব |
মকৰ = কৃতকাৰ্যতা লাভ কৰিব পাৰিব |
কুম্ভ = কৰ্মত জটিলতা দেখা যায় |
মীন = মানসিক অশান্তি বৃদ্ধি হব |