আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||
আজি শাওঁন মাহৰ ১৬ তাৰিখ মংগলবাৰ , ইংৰাজী ২ আগষ্ট |
শুক্ল পক্ষ , পঞ্চমী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৫১/০ মি.
সূৰ্য্যোস্থয় = ৬/৬/২০ মি.
ভক্ষ্যাভক্ষ্যঃ= মূলা খোৱা নিষেধ ||
আজিৰ ৰাশিফলঃ =
মেষ = ভ্ৰমণ কৰিলে কষ্ট ভোগ কৰিব |
বৃষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
মিথুন = অৰ্থৰ আগমন বৃদ্ধি হব |
কৰ্কট = মনৰ আশা ভংগ হব |
সিংহ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
কন্যা = ৰোগ আৰোগ্য কৰিব পাৰিব |
তুলা = দুৰ্ভোগত ভুগিব লগা হব পাৰে |
বৃশ্চিক = আশা ভংগ হোৱাৰ সম্ভাৱনা বেছি |
ধনু = পদ মৰ্যদা বৃদ্ধি হব |
মকৰ = নতুন যোগাযোগ লাভ কৰিব |
কুম্ভ = এলাহ বৃদ্ধি হোৱা দেখা যায় |
মীন = মানসিক শান্তি লাভ কৰিব |