আজিৰ ৰাশিফল

Pc India.com

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি আহাৰ মাহৰ ২১ তাৰিখ বুধবাৰ , ইংৰাজী ৬ জুন |
শুক্লা পক্ষ, সপ্তমী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৪০/২০ মি.
সূৰ্য্যোস্থয় = ৬/১৪/১০ মি.

জন্মতঃ= কন্যা ৰাশি (প, ঠ), শূদ্ৰ বৰ্ন, বায়ু যোগ, মনুষ্য গন, গৰুৰ অস্থি |

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি – দুগ্ধ দান , অধিপতি গ্ৰহ – চন্দ্ৰ, বুধ, |

ভক্ষ্যাভক্ষ্যঃ= তাল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্মত পৰিবৰ্তন হোৱা দেখা যায় |
বৃষ = সমস্যা সমাধান হব |
মিথুন = আলহীৰ আগমন ঘটিব |
কৰ্কট = দায়িত্ব বৃদ্ধি হব |
সিংহ = জ্ঞান লাভ কৰিব পাৰিব |
কন্যা = হতাশা বৃদ্ধি হব |
তুলা = এলাহ বৃদ্ধি হব |
বৃশ্চিক = ভ্ৰমনৰ বাবে যোগাযোগ পাব |
ধনু = বুদ্ধি ভ্ৰষ্ট হব পাৰে |
মকৰ = মনৰ আশা ভংগ হব |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = শত্রু হানি হোৱাৰ যোগ আছে |