আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||
আজি আহাৰ মাহৰ ২ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ১৭ জুন |
কৃষ্ণা পক্ষ, তৃতীয় তিথি, ৬/৪০ মি. পৰা চতুৰ্থী তিথি ||
সূৰ্য্যোদয় = ৪/৩৫/১৮ মি.
সূৰ্য্যোস্থয় = ৬/১২/২৮ মি.
জন্মতঃ= মকৰ ৰাশি (খ, জ), মনুষ্য গন, শূদ্ৰ বৰ্ন, অগ্নি যোগ, গৰুৰ অস্থি |
আদ্যঋতু হলে ঃ= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ — শুক্ৰ ||
ভক্ষ্যাভক্ষ্যঃ= মূলা খোৱা নিষেধ ||
আজিৰ ৰাশিফলঃ =
মেষ = মানসিক অশান্তি বৃদ্ধি |
বৃষ = মনত ভয় বৃদ্ধি হব |
মিথুন = সামাজিক সন্মান লাভ কৰিব |
কৰ্কট = ঘৰুৱা সমস্যাই অশান্তি দিব |
সিংহ = মনত খং আৰু অভিমান বৃদ্ধি হব |
কন্যা = শুভ সংবাদ লাভ কৰিব |
তুলা = বন্ধুৰ সহায় লাভ কৰিব |
বৃশ্চিক = পুৰনি মিত্র লাভ কৰিব |
ধনু = আত্মীয়ৰ লগত বিৰোধ হব |
মকৰ = নিৰাশাই মনত অশান্তি দিব |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = অযথা ব্যয় বৃদ্ধি হব |