আজিৰ ৰাশিফল

Pc MARCA

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি জেঠ মাহৰ ৩১ তাৰিখ বুধবাৰ , ইংৰাজী ১৫ জুন |
কৃষ্ণা পক্ষ, প্ৰতিপদ তিথি, ১/৩১ মি. পৰা দ্বিতীয় তিথি ||
* *
সূৰ্য্যোদয় = ৪/৩৪/২৪ মি.
সূৰ্য্যোস্থয় = ৬/১১/৩২ মি.

জন্মতঃ= ধনু ৰাশি (ধ, ফ,ভ), ক্ষত্রিয় বৰ্ন, দেৱাৰি গন, গন্ধৰ্ব অস্থি, বৰুণ যোগ |

আদ্যঋতু হলে ঃ= পতিহিনা যোগ, ক”লা ছাগলী দান, অধিপতি গ্ৰহ — শনি ||

 

ভক্ষ্যাভক্ষ্যঃ= কোমোৰা খোৱা নিষেধ , ১/৩১মি. পৰা তিতা ||

আজিৰ ৰাশিফলঃ =

মেষ = মনৰ আশা পূৰন হব |
বৃষ = বাধা-বিঘিনি দেখা যায় |
মিথুন = ভ্ৰমণত সুখ আছে |
কৰ্কট = মানসিক অৱসাদ লভিব |
সিংহ = সৰ্ব কৰ্ম সিদ্ধি যোগ আছে |
কন্যা = উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ আছে |
তুলা = গ্লানি ভয় আছে |
বৃশ্চিক = ঘৰুৱা বেমেজালি থাকিব |
ধনু = মনত উদাশ ভাব আহিব |
মকৰ = সম্পদ হানি হব পাৰে |
কুম্ভ = শুভ সংবাদ লাভ কৰিব |
মীন = কৰ্মত পৰিবৰ্তনৰ যোগ |