আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||
আজি জেঠ মাহৰ ৩০ তাৰিখ মংগল বাৰ , ইংৰাজী ১৪ জুন |
শুক্ল পক্ষ, পূৰ্ণিমা তিথি ||
সূৰ্য্যোদয় = ৪/৩৪/২৭ মি.
সূৰ্য্যোস্থয় = ৬/১১/৫ মি.
জন্মতঃ= বৃশ্চিক ৰাশি (ন, য), দেৱাৰি গন, বিপ্ৰ বৰ্ন, হৰিণাৰ অস্থি, বৰুণ যোগ |
আদ্যঋতু হলে ঃ= পতিহিনা যোগ, ক”লা ছাগলী দান, অধিপতি গ্ৰহ — শনি ||
ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ || আজিৰ ৰাশিফলঃ
মেষ = মানসিক কষ্ট ভোগ কৰিব |
বৃষ = শুভ সংবাদ লাভ কৰিব |
মিথুন = কৰ্মত বাধাৰ সন্মুখীন হব |
কৰ্কট = সন্মান লাভ কৰিব পাৰিব |
সিংহ = কৰ্মত জটিলতা সৃষ্টি হব পাৰে |
কন্যা = অৱসাদ আহিব |
তুলা = বুদ্ধি ভ্ৰষ্ট হোৱা দেখা যায় |
বৃশ্চিক = ভ্ৰমণ যোগ আছে |
ধনু = অযথা সময় ক্ষতি হব |
মকৰ = আত্মীয় আগমন ঘটিব |
কুম্ভ = সঞ্চয় বৃদ্ধি হোৱা দেখা যায় |
মীন = ৰাজভয় আছে, সাৱধান হব |