আজিৰ ৰাশিফল

pc HerZindagi

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি জেঠ মাহৰ ২৮ তাৰিখ ৰবিবাৰ , ইংৰাজী ১২ জুন |
শুক্ল পক্ষ, ত্রয়োদশী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৩৪/৩১ মি.
সূৰ্য্যোস্থয় = ৬/১০/১০ মি.

জন্মতঃ= তুলা ৰাশি (ৰ, ত), দেৱাৰি গন, বৈশ্যবৰ্ন, বৰুণ যোগ, বাঘৰ অস্থি ||

আদ্যঋতু হলে ঃ= বেশ্যা যোগ, ৰাজ হাহঁ এজোৰ দান, অধিপতি গ্ৰহ – ৰবি ||

ভক্ষ্যাভক্ষ্যঃ= বেঙেনা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = গৃহ অশান্তি বৃদ্ধি হব |
বৃষ = মনৰ আশা ভংগ হব পাৰে |
মিথুন = মান _ যশস্যা বৃদ্ধি হব |
কৰ্কট = ভ্ৰমণত কষ্ট আছে |
সিংহ = কৰ্মত সাফল্য অৰ্জন কৰিব |
কন্যা = সন্মান বৃদ্ধি হব |
তুলা = সামাজিক দায়িত্ব বৃদ্ধি হব |
বৃশ্চিক = মৰমত সংঘাত বাঢ়িব |
ধনু = আত্মীয়ৰ আগমন ঘটিব |
মকৰ = অপযশ পোৱাৰ যোগ আছে |
কুম্ভ = ধনৰ আগমন বৃদ্ধি হব |
মীন = বন্ধু লাভ হব |