আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc- Pinkvilla

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ৩০ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ১৬ চেপ্তেম্বৰ |
শুক্ল পক্ষ, দশমী তিথি, দিবা ৯/৩৬/৪৩ মি. পৰা একাদশী তিথি ||
**
সূৰ্য্যোদয় = ৫/১৩/৪১ মি.
সূৰ্য্যোস্থয় = ৫/২২/৩৮ মি.

জন্মত= ধনু ৰাশি (ভ, ধ, ফ) , ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বৰুণ যোগ, মনুষ্য গন, গৰুৰ অস্থি , পুৱা ১০/৪৩/৫০ মি. পৰা মকৰ ৰাশি (খ, জ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, অগ্নি যোগ ||

আদ্যঋতু হলে= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ শুক্ৰ || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . উৰহী খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = যশস্যা/ সন্মান আদি বৃদ্ধি হোৱাৰ যোগ আছে | বৃষ = নতুন যোগাযোগ লাভ কৰিব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = অযথা চিন্তাই মনত অশান্তি দিব |
সিংহ = অনৰ্থক ব্যয়ে মনত কষ্ট দিব |
কন্যা = হঠাৎ প্ৰাপ্তিৰ যোগ চলি আছে |
তুলা = ধনাগম বৃদ্ধি হব |
বৃশ্চিক = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
ধনু = কনিষ্ঠৰ পৰা মনত শান্তি পাব |
মকৰ = ৰোগৰ বাবে দেহত পাব |
কুম্ভ = মনৰ হতাশা বৃদ্ধি হব পাৰে |
মীন = মনত এলাহ ভাব বৃদ্ধি হব |