আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-News18

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি ভাদ মাহৰ ১৩ তাৰিখ সোমবাৰ , ইংৰাজী ৩০ আগষ্ট |
কৃষ্ণ পক্ষ, অষ্টমী তিথি ||
|| শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী || **
সূৰ্য্যোদয় = ৫/৬/২০ মি.
সূৰ্য্যোস্থয় = ৫/৪১/৪২ মি.

জন্মত= বৃষ ৰাশি (ব, ই, উ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেৱাৰী গন, ছালৰ অস্থি, পুৱা ৬/৩৯/২১ মি. পৰা মনুষ্য গন, সৰ্পৰ অস্থি, ||

আদ্যঋতু হলে= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান , অধিপতি গ্ৰহ বৃহস্পতি | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . নাৰিকল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্মৰ পৰিবৰ্তন হব পাৰে | বৃষ = সমস্যাৰ সমাধান কৰিব পাৰিব |
মিথুন = আলহীৰ আগমন ঘটিব |
কৰ্কট = নিজৰ দায়িত্ব বৃদ্ধি পাব |
সিংহ = হঠাৎ নিজৰ দায়িত্ব বৃদ্ধি হব |
কন্যা = জ্ঞান লাভ কৰিবলৈ সক্ষম হব |
তুলা = মনত এলাহ বৃদ্ধি পাব |
বৃশ্চিক = ভ্ৰমনৰ বাবে যোগাযোগ পাব |
ধনু = বুদ্ধি ভ্ৰষ্ট হব পাৰে |
মকৰ = মনৰ আশা ত্যাগ কৰিব লগীয়া হব পাৰে |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = শত্রু হানি হোৱাৰ যোগ আছে |