আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-newsnation

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি শাওঁন মাহৰ ৩১ তাৰিখ মংগলবাৰ , ইংৰাজী ১৭ আগষ্ট |
শুক্লা পক্ষ, পুৱা ৫/৩৪/৭ মি. পৰা দশমী তিথি |

সূৰ্য্যোদয় = ৫/০/৫৮ মি.
সূৰ্য্যোস্থয় = ৫/৫৩/৩৩ মি.

জন্মত= বৃশ্চিক ৰাশি (ন, য), বিপ্ৰবৰ্ন, বৰুন যোগ, দেৱাৰী গন, মৃগৰ অস্থি || ৰাতি ১/৩৫/১২ মি. পৰা ধনু ৰাশি (ধ, ভ , ফ), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বৰুণ যোগ, দেৱাৰি গন, গন্ধৰ্ব অস্থি ||

আদ্যঋতু হলে= পতিহিনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা ছাগলী বা গৰু দান, অধিপতি গ্ৰহ শনি ||_ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . কলমৌ শাক খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = ভ্ৰমনত কষ্ট পাব | বৃষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
মিথুন = অৰ্থগম বৃদ্ধি হোৱাৰ যোগ আছে |
কৰ্কট = মনৰ আশা ভংগ হোৱা দেখা যায় |
সিংহ = মানসিক দুঃচিন্তা বৃদ্ধি পাব |
কন্যা = পুৰণি ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
তুলা = দুৰ্ভোগত ভুগিব পাৰে |
বৃশ্চিক = আশা ভংগ হোৱা দেখা যায় |
ধনু = পদ মৰ্যদা বৃদ্ধি হব |
মকৰ = নতুন যোগাযোগ লাভ কৰিব |
কুম্ভ = এলাহ বৃদ্ধি পাব পাৰে |
মীন = মানসিক শান্তি অতুত থাকিব |