আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||
আজি আহাৰ মাহৰ ৩২ তাৰিখ শনিবাৰ , ইংৰাজী ১৭ জুলাই |
শুক্লা পক্ষ, অষ্টমী তিথি ||
সূৰ্য্যোদয় = ৪/৪৫/৩৪ মি.
সূৰ্য্যোস্থয় = ৬/১৩/৩৮ মি.
জন্মত= কন্যা ৰাশি (প, ঠ), হস্তা নক্ষত্র, শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, দেৱাৰী গন, বাঘৰ অস্থি | দিবা ২/৭/৫০মি. পৰা তুলা ৰাশি (ৰ, ত), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, বৰুণ যোগ ||
আদ্যঋতু হলে= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, বগা ৰাজহাঁহ এজোৰ দান || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . নাৰিকল আৰু আমিষ খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = মানসিক অশান্তিত ভুগিব | বৃষ = কোনো কাৰনত ভয় বৃদ্ধি পাব |
মিথুন = সামাজিক ভাৱে প্ৰতিষ্ঠিত হব পাৰিব |
কৰ্কট = সমস্যা বৃদ্ধিয়ে মন অশান্ত কৰি ৰাখিব |
সিংহ = খং আৰু অভিমানে মন ভাৰাক্ৰান্ত কৰি তুলিব |
কন্যা = শুভ সংবাদে মনত আনন্দ দিব |
তুলা = বন্ধুৰ সহায় লাভ কৰিবলৈ সক্ষম হব |
বৃশ্চিক = পুৰণি মিত্ৰৰ লগত সংযোগ স্থাপন হব |
ধনু = আত্মীয়ৰ লগত মনোমালিন্য ঘটিব |
মকৰ = নিৰাশা বৃদ্ধিয়ে মনত হতাশা আনিব |
কুম্ভ = মানসিক দুঃচিন্তাত ভুগিব পাৰে |
মীন = হঠাৎ অযথা ব্যয় বৃদ্ধি হব |