আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-wallpapersafari

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ২৬ তাৰিখ ৰবিবাৰ , ইংৰাজী ১১ জুলাই |
শুক্লা পক্ষ, প্ৰতিপদ তিথি | পুৱা ৭/৪৭/৪৯মি. পৰা দ্বিতীয় তিথি ||

সূৰ্য্যোদয় = ৪/৪২/৫৫ মি.
সূৰ্য্যোস্থয় = ৬/১৫/৪ মি.

জন্মত= কৰ্কট ৰাশি (ড, হ), পুষ্যা নক্ষত্র, বিপ্ৰ বৰ্ন, বায়ু যোগ, দেৱ গন, ছাগ অস্থি ||

আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি _ দুগ্ধ দান || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . তিতা খোৱা নিষেধ | | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = শত্রু ভয় আছে, সাৱধান হব | বৃষ = গৃহত অশান্তি দেখা যায় |
মিথুন = বন্ধুৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হব |
কৰ্কট = হঠাৎ ব্যস্ততা বৃদ্ধি হব |
সিংহ = মনৰ উৎসাহ হঠাৎ হ্ৰাস হব |
কন্যা = ভ্ৰমণত সুখ লাভ কৰিব |
তুলা = সাৱধান হব, দেহপীড়াত ভোগিব |
বৃশ্চিক = অৰ্থৰ আগমন বৃদ্ধি ঘটিব |
ধনু = হঠাৎ সঞ্চয় বৃদ্ধি হোৱা দেখা যায় |
মকৰ = নিজৰ কাৰ্যদক্ষতাৰ পৰিচয় দিব পাৰিব |
কুম্ভ = যাত্রাত বিঘিনি ঘটাব, সেয়ে যাত্রা বাতিল কৰক |
মীন = সমস্যা সমাধান কৰিব পাৰিব |