আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

PC-BSNSCB

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ২৩ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ৮ জুলাই |
কৃষ্ণ পক্ষ, চতুৰ্দশী তিথি |

সূৰ্য্যোদয় = ৪/৪১/৫৪ মি.
সূৰ্য্যোস্থয় = ৬/১৫/২২ মি.

জন্মত= বৃষ ৰাশি (ব, ই, উ), মৃগশিৰা নক্ষত্ৰ , শূদ্ৰ বৰ্ন, মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেৱ গন, শ্বানৰ অস্থি || পুৱা ৭/৪২/৪৭ মি. পৰা মিথুন ৰাশি, (ক, ছ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন ||

আদ্যঋতু হলে= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান || ৰাতি ৮/৫৯/৫৮ মি. পৰা কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি _ দুগ্ধ দান || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . আমিষ খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্মত পৰিবৰ্তন হোৱা দেখা যায় | বৃষ = সমস্যা সমাধান কৰিবলৈ সক্ষম হব |
মিথুন = আলহীৰ আগমনত ব্যস্ততা বাঢ়িব |
কৰ্কট = দায়িত্ব বৃদ্ধি হোৱা দেখা যায় |
সিংহ = জ্ঞান লাভৰ সুযোগ পাব |
কন্যা = মনত হতাশা বৃদ্ধি হব |
তুলা = এলাহে আৰ্থিক দিশত ক্ষতি কৰিব |
বৃশ্চিক = হঠাৎ ভ্ৰমণ যোগাযোগ লাভ কৰিব |
ধনু = বুদ্ধি ভ্ৰষ্ট হোৱা দেখা যায় |
মকৰ = মনৰ আশা ত্যাগ কৰিব লগীয়া হব |
কুম্ভ = মানসিক দুঃচিন্তাই হতাশা আনিব |
মীন = শত্রু হানি হোৱা দেখা যায় |