আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc-walpapersafari

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ২১ তাৰিখ মংগলবাৰ , ইংৰাজী ৬ জুলাই |
কৃষ্ণ পক্ষ, দ্বাদশী তিথি |

সূৰ্য্যোদয় = ৪/৪০/৫৫ মি.
সূৰ্য্যোস্থয় = ৬/১৫/৪১ মি.

জন্মত= বৃষ ৰাশি (ব, ই, উ), কৃত্তিকা নক্ষত্ৰ , শূদ্ৰ বৰ্ন, মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেৱাৰী গন, ছাগলীৰ অস্থি ||

আদ্যঋতু হলে= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . পূৰৈ শাক খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = চলিথকা সমস্যা সমাধান কৰিব পাৰিব | বৃষ = কৰ্মত পৰিবৰ্তন হোৱা দেখা যায় |
মিথুন = মনৰ আশা ত্যাগ কৰিব লগীয়া হব |
কৰ্কট = দুঃসংবাদে মনত কষ্ট দিব |
সিংহ = আৰ্থিক আয় বৃদ্ধি হোৱা দেখা যায় |
কন্যা = ঋণ পৰিশোধ কৰিবলৈ সক্ষম হব |
তুলা = সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
বৃশ্চিক = হেৰোৱা সম্পদ উদ্ধাৰ কৰিব পাৰিব |
ধনু = আত্মীয়ৰ লগত ক্লেশ বৃদ্ধি হব |
মকৰ = সিদ্ধান্ত লওঁতে খেলিমেলি হব পাৰে, সাৱধান হব |
কুম্ভ = এলাহ বৃদ্ধিয়ে মনত হতাশা আনিব পাৰে |
মীন = অনৰ্থক ধন অধিক ব্যয় হব |