আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc-walpapersafari

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ১০ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ২৫ জুন |
কৃষ্ণপক্ষ, প্ৰতিপদ তিথি |

সূৰ্য্যোদয় = ৪/৩৭/২০ মি.
সূৰ্য্যোস্থয় = ৬/১৫/৩ মি.

জন্মত= ধনু ৰাশি (ভ, ধ, ফ) , ক্ষত্রিয় বৰ্ন, বৰুণ যোগ, দেৱাৰী গন, গন্ধৰ্বৰ অস্থি || পুৱা ৬/৪০/২৩মি. পৰা মনুষ্য গন ||

আদ্যঋতু হলে= পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক”লা গৰু বা ছাগলী দান || পুৱা ৬/৪০/২৩ মি. পৰা সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান ||

আজিৰ ৰাশিফলঃ =

মেষ = অৰ্থ প্ৰাপ্তিৰ যোগ আছে |
বৃষ = কৰ্ম ব্যস্ততা বৃদ্ধি পাব |
মিথুন = সমস্যা বৃদ্ধি হব |
কৰ্কট = এলাহ বৃদ্ধি পাব |
সিংহ = সামাজিক খ্যাতি লাভ কৰিব |
কন্যা = সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
তুলা = কৰ্মত বাধা _বিঘিনি ঘটিব পাৰে |
বৃশ্চিক = কাৰোবাৰ পৰা প্ৰতাৰিত হব |
ধনু = যশস্যা বৃদ্ধি পাব |
মকৰ = আত্মীয়ৰ আগমন ঘটিব |
কুম্ভ = নিজৰ প্ৰতিভা বিকাশ হব |
মীন = মনত খেলি_মেলিৰ সৃষ্টি হব |