আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

PC-BSNSCB

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ২ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ১৭ জুন |
শুক্লাপক্ষ, সপ্তমী তিথি |

সূৰ্য্যোদয় = ৪/৩৫/২৭ মি.
সূৰ্য্যোস্থয় = ৬/১৩/৫০ মি.

জন্মত= সিংহ ৰাশি (ম, ট), ক্ষত্রিয় বৰ্ন, বায়ু যোগ, মনুষ্য গন, বান্দৰৰ অস্থি |

আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধী_দুগ্ধ দান |

আজিৰ ৰাশিফলঃ =

মেষ = মানসিক অশান্তি বৃদ্ধি পাব |
বৃষ = মনত ভয় বৃদ্ধি হব |
মিথুন = সামাজিক ক্ষেত্ৰত প্ৰতিষ্ঠিত হব পাৰিব |
কৰ্কট = সমস্যা বৃদ্ধিয়ে মনত অশান্তি দিব |
সিংহ = অভিমান আৰু খঙে সমস্যাৰ সৃষ্টি কৰিব |
কন্যা = শুভ সংবাদে মনত আনন্দ দিব |
তুলা = বন্ধুৰ সহায় লাভ কৰিবলৈ সক্ষম হব |
বৃশ্চিক = পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব |
ধনু = আত্মীয়ৰ লগত মনোমালিন্য ঘটিব পাৰে |
মকৰ = নিৰাশাই মনক হতাশ কৰিব |
কুম্ভ = মানসিক দুঃচিন্তাই মনত হতাশা আনিব |
মীন = অযথা ব্যয় বৃদ্ধি হব |