আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

PC-BSNSCB

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ১ তাৰিখ বুধবাৰ , ইংৰাজী ১৬ জুন |
শুক্লাপক্ষ, ষষ্ঠী তিথি |

সূৰ্য্যোদয় = ৪/৩৫/১৭ মি.
সূৰ্য্যোস্থয় = ৬/১৩/৪৩ মি.

জন্মত= সিংহ ৰাশি (ম, ট), ক্ষত্রিয়বৰ্ন, বায়ু যোগ, দেৱাৰি গন, বান্দৰৰ অস্থি ||

আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধী_দুগ্ধ দান |

আজিৰ ৰাশিফলঃ =

মেষ = ধন টকা লাভ কৰাৰ যোগ আছে |
বৃষ = সামাজিক সন্মান লাভ কৰিব |
মিথুন = বিদ্যাৰ্থীৰ সুনাম বাঢ়িব |
কৰ্কট = প্ৰেমত আনন্দ উপভোগ কৰিব |
সিংহ = পুলিচ চাকৰি কৰা লোকে সুনামৰ সুযোগ পাব | কন্যা ৰাশি = সম্পদ বৃদ্ধি হব |
তুলা = কীৰ্তিত্ব লাভৰ যোগ আছে |
বৃশ্চিক = মনৰ অশান্তিয়ে হতাশা আনিব |
ধনু = ভোগ বিলাসে মনত আনন্দ দিব |
মকৰ = সাৱধান হব, বন্ধন ভয় দেখা যায় |
কুম্ভ = অগ্নি ভয় আছে, সাৱধানে থাকিব |
মীন = স্থান পৰিবৰ্তন হোৱাৰ সম্ভাৱনা আছে |