আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

শনি ৰজা , মংগল মন্ত্রী, শুক্ৰ জলধিপতী, চন্দ্ৰ শস্যাধিপতী |
ৰাজাফলম= এই বছৰ শনি ৰজা হোৱা বাবে ধৰিত্রীৰ যুদ্ধং দেহি মন হব | জনসাধাৰণে দুখত ব্যাকুল হব আৰু শাসকবৰ্গ সকলো সময়তে জনগনক অধোনমিত কৰি ৰাখিব |

আজি জেঠ মাহৰ ২১ তাৰিখ শনিবাৰ , ইংৰাজী ৫ জুন |
কৃষ্ণপক্ষ, একাদশী তিথি |

সূৰ্য্যোদয় = ৪/৩৪/৫৫ মি.
সূৰ্য্যোস্থয় = ৬/৯/৩৯ মি.

জন্মত= মীনৰাশি (দ, চ), বিপ্ৰবৰ্ন, আগ্নি যোগ, দেৱ গন, কুঞ্জৰ অস্থি |

আদ্যঋতু হলে= দুঃশীলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান |

আজিৰ ৰাশিফলঃ =

মেষ = মনত আনন্দ লাভ কৰিব |
বৃষ = সন্তানৰ পৰা সুখ লাভ কৰিব |
মিথুন = আনৰ পৰা সহায় লাভ কৰিব |
কৰ্কট = পদোন্নতিৰ লাভৰ যোগ চলিছে |
সিংহ= মনৰ আশা পূৰন হোৱাৰ দিশে |
কন্যা = মুল্যবান দ্ৰব্য লাভ কৰিব |
তুলা = বন্ধুৰ আগমন ঘটিব |
বৃশ্চিক = সামাজিক সন্মান লাভ কৰিব |
ধনু = গৃহ সুখ বৃদ্ধি পাব |
মকৰ = কৰ্মত উন্নতি লাভ কৰিব |
কুম্ভ = আপোনাৰ জীৱনলৈ পৰিৱৰ্তন আহিব |
মীন = প্ৰেমত হতাশা বৃদ্ধি হব |

বাৰ্ষিক গননা মতে, “ৰজা_মন্ত্রীৰ ফলাফল “