আজান পৰত শুনা
Swagon Borah
আজান পৰত শুনা
ৰুনুক জুনুক পায়েলৰ
শব্দত
দুচকুৰ অৰ্দ্ধ চাৱনীত
দেখা পালো হাহিৰ কোলাহলৰ
মাজত শেৱালীৰ তলভৰা
ফুলৰ সুগন্ধৰ মাজত তুমিয়েই
নেকি মোৰ ইন্দ্ৰ মালতি?
আজান পৰত শুনা
Swagon Borah
আজান পৰত শুনা
ৰুনুক জুনুক পায়েলৰ
শব্দত
দুচকুৰ অৰ্দ্ধ চাৱনীত
দেখা পালো হাহিৰ কোলাহলৰ
মাজত শেৱালীৰ তলভৰা
ফুলৰ সুগন্ধৰ মাজত তুমিয়েই
নেকি মোৰ ইন্দ্ৰ মালতি?