আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া

আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া

ৰঙিলী বাৰ্ত্তাসেৱা– সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যই ডিব্ৰুগড়লৈ যোৱা প্ৰাকমুহূৰ্তত বৰঝাৰ বিমানবন্দৰত সাংবাদিকৰ সন্মুখত কা’ বলবৎ সন্দৰ্ভত জাৰি কৰা জাননীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমত কা’ সন্দৰ্ভত কা’ৰ সপক্ষে জাৰি কৰা জাননীক আমি কোনো কাৰণতে মানি নলওঁ৷যিকোনো পৰিস্থিতিতে আমি কা’ মানি নলওঁ৷কা’ৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলন আৰু আইনগত আন্দোলন সমানে চলি থাকিব৷অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ, অসাংবিধানিক, খিলঞ্জিয়া বিৰোধী আইন আমি নামানো বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে৷