আই- অভিলাষা গগৈ

আই…

নিজে নাখাই যিয়ে দিছিল আমাক খুৱাই
তেওঁৱে মোৰ মৰমৰ আই।
ল’ৰালি কালত যেতিয়া পাইছিলোঁ সৰু-বৰ দুখ
ল’ৰি আহি তেওঁৱেই দিছিল আমাক সুখ।
যিয়ে মোক অতি কষ্টৰে কৰিলে ডাঙৰ-দীঘল
তেঁৱে মোৰ পূজনীয়া আই অতি মৰমৰ।
অভিলাষা গগৈ
পঞ্চম শ্ৰেণী
ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয় 
টীয়ক,যোৰহাট