আই – অংকিতা গগৈ

PC - Dawn

আই..

কোন হ’ব পাৰে
আইৰ দৰে
যাৰ ঋণ সুজিব নোৱাৰি
কোনো জনমে।
যাৰ হৃদয়ত মৰম-চেনেহ
আছে ভৰি
যাৰ পৰশত দূৰ হয়
আমাৰ দুখ-ব্যাধি।

অংকিতা গগৈ, পঞ্চম শ্ৰেণী
ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয়, টীয়ক,যোৰহাট