আইচিচিৰ প্ৰাক্তন অভিজাত আম্পায়াৰ আছাদ ৰৌফৰ ৬৬ বছৰ বয়সত মৃত্যু

Pc India.com

আইচিচিৰ প্ৰাক্তন অভিজাত আম্পায়াৰ আছাদ ৰৌফৰ ৬৬ বছৰ বয়সত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- আই চি চিৰ প্ৰাক্তন অভিজাত আম্পায়াৰ আছাদ ৰৌফে ৬৬ বছৰ বয়সত পাকিস্তানৰ লাহোৰত শেষ নিশ্বাস ত্যাগ কৰে। খবৰ অনুসৰি, দোকানৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয় ৰৌফৰ। ৰৌফে ২০১৩ চনত আম্পায়াৰিং ত্যাগ কৰিছিল। ২০১৩ চনত আম্পায়াৰ এৰি দিয়া ৰৌফে ১৭৮ খন আন্তঃৰাষ্ট্ৰীয় মেচত আম্পায়াৰ হিচাপে আৰু ৬৪ খন আন্তঃৰাষ্ট্ৰীয় মেচত তৃতীয় আম্পায়াৰ হিচাপে আছিল।