অসম সাহিত্য সভাৰ বিনামূলীয়া চিকিৎসা শিৱিৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাৰ উদ্যোগত ১০ আগষ্টত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতা আৰু আবৃত্তি প্ৰতিযোগিতাৰ লগত সংহতি ৰাখি মাৰোৱাৰী হাস্পাতালৰ সহযোগত ৰাধাগোবিন্দ বৰুৱা ভৱনত বিনামূলীয়া চিকিৎসা শিৱিৰৰ আয়োজন কৰা হৈছে ৷বিশিষ্ট অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ আৰু চুগাৰ ব্লাটপ্ৰেচাৰ টেষ্টৰ লগতে দৰৱ বিতাৰন কৰা হ’ব ৷ ইচ্ছুক ব্যক্তি সকলৰ উপস্থিতি কামনা কৰিছে অসম সাহিত্য সভা আৰু মাৰোৱাৰী হাস্পাতালৰ তৰফৰ পৰা৷