অসম বিধান সভা অনিৰ্দিষ্ট কাললৈ স্থগিত

অসম বিধান সভা অনিৰ্দিষ্ট কাললৈ স্থগিত

দিছ্পুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধান সভা সচিবালয়ে এক অধিসূচনাৰ জৰিয়তে জনাইছে যে, যোৱা ১১ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে আৰম্ভ হোৱা অসম বিধান সভাৰ শৰৎকালীন অধিবেশন ১৫ ছেপ্টেম্বৰ, ২০২৩ তাৰিখৰ বৈঠকৰ অন্তত অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে।