অসমৰ বান পৰিস্থিতি কেন্দ্ৰই নিৰন্তৰ নিৰীক্ষণ কৰি আছে: প্ৰধানমন্ত্ৰী

Pc The Hindu

অসমৰ বান পৰিস্থিতি কেন্দ্ৰই নিৰন্তৰ নিৰীক্ষণ কৰি আছে: প্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে কেন্দ্ৰই নিৰন্তৰভাৱে অসমৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি আছে। “বানপীড়িত অঞ্চলসমূহত সেনা আৰু এনডিআৰএফৰ দল উপস্থিত আছে, বায়ু সেনাই স্থানান্তৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে ২৫০ তকৈও অধিক চৰ্টি পৰিচালনা কৰিছে,” তেওঁ কয়। তেওঁ লগতে কয়, “মই প্ৰভাৱিত অঞ্চলসমূহৰ সকলোলোকৰ সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনাইছো।”