অসমত  ১ ছেপ্টেম্বৰত বিদ্যালয় পুনৰ খোলাৰ পৰিকল্পনা পৰিত্যাগ

pc Times8 News

অসমত  ছেপ্টেম্বৰত বিদ্যালয় পুনৰ খোলাৰ পৰিকল্পনা পৰিত্যাগ

অনলাইন বাৰ্ত্তাসেৱা – অসম শিক্ষা বিভাগে ১ ছেপ্টেম্বৰত বিদ্যালয় পুনৰ খোলাৰ পৰিকল্পনা শেষ মুহূৰ্তত লোৱা এক সিদ্ধান্তৰ যোগেদি প্ৰত্যাহাৰ কৰা  হয়। ৰাজ্যিক শিক্ষা বিভাগৰ চৰকাৰী সূত্ৰই নিশ্চিত কৰে যে স্বাস্থ্য ৰক্ষাৰ বাবে শিক্ষা বিভাগটোৱে পুনৰ অফলাইন পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱাৰ ক্ষত্ৰত অপেক্ষা কৰিবলৈ বাধ্য হৈছে। যিহেতু শিক্ষাৰ্থীসকলক এতিয়াও সম্পূৰ্ণভাৱে টিকাকৰণ কৰা হোৱা নাই, গতিকে চৰকাৰে বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ সৈতে খেলা কৰিব খোজা নাই বুলি প্ৰকাশ কৰে শিক্ষা বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই।

(UD.)