অভিসাৰ – বৰষা ডেকা

Pc Unsplash

অণুগল্প

অভিসাৰ

বৰষা ডেকা,বাইহাটা চাৰিআলি

কনকে দিয়া বিষাক্ত নিমখখিনি হজম কৰিলেই উচ্চ ৰক্তচাপ ৰোগে পাব বুলি জানি কনকলতাই কনকৰ পৰা দূৰত্ব বজাই থাকিল…।