অভিপ্ৰায় – সম্প্ৰীতি কোঁৱৰ

Pc PickPik

অণুগল্প

অভিপ্ৰায়

সম্প্ৰীতি কোঁৱৰ
এজিমালা,কেৰেলা

অজিও মাকৰ এটাই আক্ষেপ।তাৰ মুখখন নেদেখাকৈয়ে মানুহ জন গ’লগৈ।

মা,তুমি অলপ সোনকাল কৰা।সময়মতে বাছ নাপালে বহুত অসুবিধা হ’ব মোৰ।

ভিতৰত বিশাল আয়োজন।কেক কটাৰ পাছতে চলিল ফটো উঠাৰ পৰ্ব। মনতে ভগৱানক ধন্যবাদ এটাও দিলে। নিজৰ স্বাৰ্থৰ বাবে হ’লেও যে একেলগে ফটো উঠাৰ সৌভাগ্যকন হ’ল।