অভিনেতা শিৱ কুমাৰ সুব্ৰমনিয়ামৰ মৃত্যু

pc The Indian Express

অভিনেতা শিৱ কুমাৰ সুব্ৰমনিয়ামৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- ‘2 States’, ‘Hichki’ আৰু ‘Nail Polish’ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰা অভিনেতা-চিত্ৰনাট্যকাৰ শিৱ কুমাৰ সুব্ৰমনিয়ামৰ মৃত্যু হৈছে। ১৫ বছৰীয়া পুত্ৰৰ মৃত্যুৰ দুমাহ পিছত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও জনা হোৱা নাই। তেওঁ ১৯৮৯ চনত বিধু বিনোদ চোপ্ৰাৰ ‘পৰিন্দা’ৰ চিত্ৰনাট্য লিখি চলচ্চিত্ৰ উদ্যোগত তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিল, যাৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাও লাভ কৰিছিল।