অনুভৱ তুলসীৰ মৃত্যুত পদুম ৰাজখোৱাৰ শোক

অনুভৱ তুলসীৰ মৃত্যুত পদুম ৰাজখোৱাৰ শোক

ৰঙিলী বাৰ্ত্তাসেৱা- সাম্প্ৰতিক কালৰ বিশিষ্ট কবি অনুভৱ তুলসীৰ বিয়োগত গভীৰভাৱে মৰ্মাহত হৈছে অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱাৰ৷ এয়া অসমীয়া সাহিত্য জগতৰ বাবে অপূৰণীয় ক্ষতি । এনেদৰে গুছি নোযোৱাহেঁতেন, তেওঁ আৰু বহুত দিলেহেঁতেন অসমীয়া ভাষা-সাহিত্যৰ জগতখনক । ভগৱানে তেওঁৰ বিদেহ আত্মাক পৰম শান্তি দান কৰক ।