অণু কবিতা- এছ ইছলাম

Pc the janambhumi
অণু কবিতা
          এছ ইছলাম,শিক্ষক 
           মইনবৰী,বৰপেটা
পিতৃয়ে শিকাই থৈ যোৱা
শাওনৰ দুপৰীয়া পথাৰৰ
সোণালী সপোনটো
আজিও নাঙলৰ সীৰলুত
খেদি ফুৰে মোক
সোণ ফলাবলৈ।