অক্ষয় আৰু ইমৰান অভিনীত ‘ছেলফি’ ২৪ ফেব্ৰুৱাৰী, ২০২৩ ত মুক্তি পাব

Pc India Today

অক্ষয় আৰু ইমৰান অভিনীত ‘ছেলফি’ ২৪ ফেব্ৰুৱাৰী, ২০২৩ ত মুক্তি পাব

ৰঙিলী বাৰ্ত্তাসেৱা-  অক্ষয় কুমাৰ আৰু ইমৰান হাছমী অভিনীত ‘ছেলফি’য়ে ২৪ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে মুক্তি লাভ কৰিব। চলচ্চিত্ৰখন ২০১৯ চনৰ মালায়ালম চলচ্চিত্ৰ ‘ড্ৰাইভিং লাইচেঞ্চ’ৰ এক অফিচিয়েল ৰিমেক, য’ত পৃথ্বীৰাজ সুকুমাৰন আৰু সুৰজ ভেঞ্জাৰামুডু আছিল। চেলফি’ত ডায়েনা পেণ্টি আৰু নুচৰাট আছে। অক্ষয় আৰু ইমৰানে প্ৰথমবাৰৰ বাবে এখন চলচ্চিত্ৰত একেলগে অভিনয় কৰিব।