ৰাষ্ট্ৰীয় ক্ৰীড়াত বক্সিঙত অসমলৈ একেদিনাই দুটাকৈ সোণৰ পদক

Pc Guwahati Times

ৰাষ্ট্ৰীয় ক্ৰীড়াত বক্সিঙত অসমলৈ একেদিনাই দুটাকৈ সোণৰ পদক

ৰঙিলী বাৰ্ত্তাসেৱা-গুজৰাটত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত বক্সিঙত অসমলৈ একেদিনাই দুটাকৈ সোণৰ পদক।ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ দুগৰাকী বক্সাৰৰ স্বৰ্ণজয়।৬৩-৬৬ কিলোগ্ৰাম শাখাত এই স্বৰ্ণজয় অংকুশিতা বড়োৰ। ইফালে ৭০-৭৫ কিলোগ্ৰাম শাখাত স্বৰ্ণজয় লাভলীনা বৰগোঁহাইৰ।মণিপুৰৰ এলিনা থাওনাওজামক হৰুৱাই স্বৰ্ণ পদক অৰ্জন অংকুশিতাৰ।হাৰিয়ানাৰ চুইটীক ৫-০ ৰব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ দখল কৰে লাভলীনা বৰগোহাঁইয়ে।