ৰাষ্ট্ৰপতি নিৰ্বাচনত সংসদ ভৱনত ৯৮.৯১% ভোটদান হৈছে

Pc India Today

ৰাষ্ট্ৰপতি নিৰ্বাচনত সংসদ ভৱনত ৯৮.৯১% ভোটদান হৈছে

ৰঙিলী বাৰ্ত্তাসেৱা-  ১৬ তম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ সোমবাৰে পুৱা ১০ বজাত আৰম্ভ হৈ সন্ধিয়া ৫ বজাত সমাপ্ত হৈছিল। ৰাজ্যসভা সচিবালয়ৰ মতে, ৭২৭ জন সাংসদ আৰু ৯ জন বিধান সভাৰ সদস্যৰে গঠিত ৭৩৬ জন ভোটাৰৰ ভিতৰত ৭২৮ জন ভোটাৰে ভোটদান কৰে য’ত ৭১৯ জন সাংসদ আৰু ৯ জন বিধায়ক আছে। সংসদ ভৱনত মুঠ ভোটদান আছিল ৯৮.৯১%।