ৰাজ্য প্ৰশাসনত বৃহৎ ৰদ-বদল

Pc Time8 Assam News

ৰাজ্য প্ৰশাসনত বৃহৎ ৰদ-বদল

ৰঙিলী বাৰ্ত্তাসেৱা-   কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীক বদলি।কামৰূপৰ নতুন উপায়ুক্তৰূপে বদলি কীৰ্তি জল্লীক।এতিয়াৰে পৰা কামৰূপ জিলাৰ উপায়ুক্ত ৰূপে সেৱা আগবঢ়াব কীৰ্তি জল্লীয়ে। কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনক পি এইচ ইৰ অতিৰিক্ত সচিব পদলৈ বদলি।হাইলাকান্দিৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাক বদলি।কাছাৰৰ উপায়ুক্তৰূপে বদলি ৰোহন কুমাৰ ঝাক।গোৱালপাৰাৰ উপায়ুক্ত মীনাক্ষি দাস নাথক বদলি।সাংস্কৃতিক বিভাগৰ সঞ্চালকৰ দায়িত্ব মীনাক্ষি দাস নাথক।গোৱালপাৰাৰ নতুন উপায়ুক্ত হ’ব খনীন্দ্ৰ চৌধুৰী।বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালক বদলি।গৃহ বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব ভূষালক।নগাঁৱৰ উপায়ুক্ত এইচ এন গৌতমক বদলি।এইচ এন গৌতমক হাইলাকান্দিৰ উপায়ুক্তৰূপে বদলি।চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক বদলি।নগাঁৱৰ উপায়ুক্তৰূপে বদলি নৰেন্দ্ৰ কুমাৰ শ্বাহক।চিৰাঙৰ নতুন উপায়ুক্ত হ’ব পি বিজয়া ভাস্কৰ ৰেড্ডী।বাক্সাৰ উপায়ুক্ত আয়ুস গাৰ্গক বদলি।বৰপেটাৰ উপায়ুক্তৰূপে বদলি আয়ুস গাৰ্গক।বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালক গৃহ আৰু ৰাজনীতি বিভাগৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰা হৈছে।বাক্সাৰ নতুন উপায়ুক্ত হ’ব এম এম পাৰ্টিন।